PUBG নিষিদ্ধ হোৱাৰ পিছতে অক্ষয় কুমাৰে ঘোষণা কৰিলে নতুন এক্সন গেম Fau-G Game
ভাৰত চৰকাৰে PUBG ৰ লগতে অন্যান্য চীনা মোবাইল এপ্লিকেচন ১১৮ টা নিষিদ্ধ কৰিলে । তাৰেই ভিতৰত অন্যতম মোবাইল গেইম PUBG এই খেলটোৰ অতি কম দিনৰ ভিতৰত বহুতো যুৱক – যুৱতীৰ জনপ্ৰিয় হৈ পৰিল । কিন্তু ভাৰত চৰকাৰে ১১৮টা মোবাইল এপ্লিকেচন নিষিদ্ধ কৰিলে । তাৰে ভিতৰত PUBG অন্যতম । Fau – G … Read more